Written by sdblogs2011 4:54 am Poems

তৰল

নিবেদন দাস পাটোৱাৰী

বাৰে বাৰে

কিয় তুমি বৰষুণ হোৱাঁ

অইনৰ মলি মচিবলৈ

কেতিয়াবাতো ঘৰৰ দমকলটোৰ

এগিলাছ পানী হোৱাঁ

মোৰ কণ্ঠ তিয়াবলৈ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close