Written by sdblogs2011 9:48 am Finance

নাৰীবাদ

 বন্দনা কৌশিক বৰদলৈ

বাট এটাৰে গৈ থাকোঁতে

মুৱানৰ ‘উৰণীয়া কইনা’জনী লগত আছিল

জুইলৈ ভয় কৰা আইতাই পানী ছটিয়াই ছটিয়াই পিছফালৰ পৰা চিঞৰি কৈছিল

‘কাউৰীবোৰ দেখা নাই?’

কেইবা তৰপীয়া সংশয় অতিক্ৰম কৰি মই যেতিয়া পৃথিৱীৰ শেষৰখন যুদ্ধৰ অপেক্ষাত

বধ্যভূমিত, তেতিয়ালৈ নাৰী, পুৰুষ কোনো নাই।

 ***

ভ্ৰাম্যভাষ – ৯৪০১০৯২৯৬৫

Visited 2 times, 1 visit(s) today
Website |  + posts
Close