শৈশৱতে কৈশোৰতে

ড০ পোনা মহন্তৰ শৈশৱতে কৈশোৰতে ‘উলাহেৰে উভতি চাওঁ’ শিৰোনামেৰে ‘অন্যযুগ’ত ইতিপূৰ্বে প্ৰকাশিত তেখেতৰ ঘটনাবহুল তথা বৰ্ণিল শৈশৱ-কৈশোৰৰ বৰ্ণনাৰে উপন্যাসোপম লেখালানি কিছু সংবৰ্ধিত হৈ এইবাৰ গ্ৰন্থৰূপেৰে ‘শৈশৱতে কৈশোৰতে’ নাম লৈ পঢ়ুৱৈৰ মাজলৈ আহিছে৷ গ্ৰন্থখনি কেৱল তেখেতৰ শৈশৱ-কৈশোৰৰ বৰ্ণনাই নহয়, লগতে ই সমসাময়িক সমাজখনৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশটোৰো যেন এক আংশিক দস্তাবেজ৷ গুৱাহাটী গ্ৰন্থমেলাত পাঠকৰ পৰা উৎসাহজনক সঁহাৰিপ্ৰাপ্ত গ্ৰন্থখনৰ-
প্ৰকাশক আৰু প্ৰাপ্তিস্থান : বান্ধৱ পাণবজাৰ গুৱাহাটী – ১
হোৱাট্চ্এপ নং : ৮১৩৫৯৮২৬৪১
গ্ৰন্থখনিৰ মূল্য – ২০০.০০ (দুশ টকা)মাত্ৰ৷(ৰাজ্যৰ প্ৰায় কেইখন প্ৰধান চহৰৰ গ্ৰন্থালয়তে উপলব্ধ)
