— বিভা দেৱীমস্তিষ্কটো
এটা অস্থিৰতাৰ বাহ
চেঁচুকীয়াত গজা
শেলুৱৈৰ দৰে
সেউজীয়া
পিছল
মই পাৰাস্তম্ভ লৈ
শেলুৱৈৰ তাপমাত্ৰা জুখিছিলোঁ
আৰ্দ্ৰতা কিমান
উত্তাপ কিমান
শৈলুৱৈৰ সেউজীয়া:
বুকুত পিছল খোৱা
মস্তিষ্কত বিমূঢ় ঝংকাৰ
Visited 2 times, 1 visit(s) today
Written by sdblogs2011• February 27, 2021• 5:08 am• Poems
— বিভা দেৱীমস্তিষ্কটো
এটা অস্থিৰতাৰ বাহ
চেঁচুকীয়াত গজা
শেলুৱৈৰ দৰে
সেউজীয়া
পিছল
মই পাৰাস্তম্ভ লৈ
শেলুৱৈৰ তাপমাত্ৰা জুখিছিলোঁ
আৰ্দ্ৰতা কিমান
উত্তাপ কিমান
শৈলুৱৈৰ সেউজীয়া:
বুকুত পিছল খোৱা
মস্তিষ্কত বিমূঢ় ঝংকাৰ
নিৰ্মলপ্ৰভা বৰদলৈৰ শিশুসাহিত্য: এটি আলোচনা February 26, 2024
ভীষ্ম সাহনীৰ নাটক “হানুচ” : এটি আলোচনা December 26, 2023
ধেৱাই ধোৱা ধৰণী July 23, 2024
কলা কি? December 25, 2024 SuperBlog is a premium WordPress theme that combines the minimal design, pixel-perfect typography.
Well-known and also unique magazine layouts and lots of customization options in famous Elementor page builder.