গজেন মিলিআপুনি মোক সান্নিধ্য দি আহিছে চকু মেলাৰে পৰা
সহায়ৰ হাত উজান দিছে দুখৰ ক্ষণত
আপোনাৰ পৰাই শিকি দুখৰ দিনত আনলৈ
সহায়ৰ হাত আগবঢ়াওঁ
অন্ততঃ দুজনক যি বিপদৰ এন্ধাৰত বুৰ গৈছে
তেওঁলোকেও শিকক সহায় কৰিবলৈ
জীৱনটো খেৱালি জালযি ক্ৰমান্বয়ে তললৈ বহল হৈ গৈ থাকে
সহায়ৰ হাতো হওক খেৱালি জালআপোন মানুহৰ সংখ্যা বাঢ়ি গৈ আছে
হয় হয়, গুড়ি পৰুৱাও মাউখি উঠিব পাৰে
খেৱালি জালখন বহলি পৰক পৃথিৱী পুখুৰীত<!—next-prev and print–>
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
