Written by sdblogs2011 7:56 am Articles

ভোগালী

ৰাজীৱ বৰা

আহুকাল খেদিবলৈ উদং গাৰে মেজি পুওৱা ভাল(এইষাৰ লৈ নিয়ম নমনা নতুনৰ আহুকাল)

শুকান লকচা বনৰ দলিচা পাৰি কঁপি থাকিলোঁপুহ-মাঘৰ গোটেই নিশা পুখুৰীপৰীয়া পথাৰতভেলাঘৰত কেইবাটাও কঁপনি— হাঁহ চুৰিৰ দায়প্রথমটো চুৰটৰ তাপ আৰু ধোঁৱাৰ বিজ্‌বিজনি

জীৱনৰ মাঘত নিৰামুহীয়া নহৈমঙহৰ সোৱাদ লৈ বাঢ়ি থাকিল দিনএতিয়া সোলা মুখ, ডিঙিত খাহীৰ হাড়ভোগৰ চাকনৈয়াৰ পৰা উধাব নোৱাৰিলোঁভোগলৈ হাউলি সাঁচনলৈ পিঠিবৰঘৰ খুঁচৰি কোনোবাই লৈ গ’লঐতিহ্য-সংস্কৃতি লোটা-ঘটি-বাটি‘ভাঙি-গঢ়ি খুন্দি-পিটি বণিকেসেয়া আমালৈকে আগবঢ়ায়অলাস্য আৰু ভোগৰ আধামুদা চকুৰে তৃপ্ত মইদৃশ্য-দৃশ্য-দৃশ্যৰ আটাহ। বাকচত চকু গুজি ৰাইজ
নিচাৰ নৰ্দমাত ভোগালী মোৰ অভিযোগ নাথাকে
উদং পথাৰত বাহৰ কাঠীৰ ম’হযুঁজ

কঙালীত ৰঙালী৷ কাতিত ভোগালী পুহত উষ্ণতাব’হাগত কুঁৱলী। কুঁৱলী তলত নিস্তেজ বেলিবাকচটোৱে দেখুৱাই আছে। মই চাই আছোঁ…শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 4 times, 1 visit(s) today
Website |  + posts
Close