Written by sdblogs2011 7:29 am Poems

নাহৰ পাতত ব’হাগ

বিকাশ গোহাঁই

নাহৰ পাতত লিখিছোঁ

তোমাৰ নাম, অ’ মোৰ ব’হাগ

চহাৰ প্ৰাণত শিপাই আছে বিহুনাম

গৰুহালৰ সলনি টেক্টৰখন আহিল

ভালেই হ’ল, কষ্ট লাঘৱ

তথাপি গৰুবিহু দিনা গৰুহাল বিচাৰোঁ ।

কন্ঠত মোৰ বাসন্তী ৰাগ

দেহাত সাতামপুৰুষীয়া সাজ….

ঠিকনা:-

বিকাশ গোহাঁই,

ধেমাজি চাৰিআলি, জিলা পৰিষদৰ ওচৰত

ড° ৰাজেন্দ্ৰ প্ৰসাদ পথ,

ধেমাজি- ৭৮৭০৫৭

ভ্ৰাম্যভাষ : ৮০১১৯৪৪৮৫৫

Email – gohainbikash4@gmail.com

Visited 2 times, 1 visit(s) today
Website |  + posts
Close