কেশৱ চাউ
এঢলীয়া পাহাৰটোৰ তলেদি খোজ কাঢ়ি কাঢ়ি তোমালোক গুচি গ’লা
গ’লা যে গ’লা – এবাৰ হ’লেও
উভতি নাচালা!
মই ৰৈ আছিলোঁ
কেনেবাকৈ ঘূৰি চালে
কিজানি দেখা পাওঁ
তোমালোকৰ খাৰুসদৃশ নাকফুলিবোৰ।
ঠিকনা :
স্নাতকোত্তৰ প্ৰথম ষান্মাসিক
ৰাজনীতি বিজ্ঞান বিভাগ
ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অৰুণাচল প্ৰদেশভ্ৰাম্যভাষ : ৮৮১২৯৭২৭৫১
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 3 times, 1 visit(s) today
