Written by sdblogs2011 5:13 am Poems

চূণ পৰক

দিগন্ত শইকীয়া

তাৰো আগতে আমাৰ একোডাল নেগুৰ আছিল

শিলতে জুই

তলে সোঁত ওপৰে সাঁকো

দীঘে উপত্যকা

গছে পিন্ধিলে পাত

আকাশে ৰ’দ

ভিতৰে তথাপি কুঁৱলী

হায়েনাৰ কে’নাইন। লালকাল নে উজাগৰ জিন!

কি এই পিয়াহ!

কিয় পিয়াহ ৰঙা!

মূগা মুখবোৰত চূণ পৰক আমাৰ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close