হেমচন্দ্ৰ কছাৰী
ন-মাহ ন-দিনৰ সপোন এটাকবহুবাৰ চেষ্টা কৰিও দিঠকৰ ৰূপ দিব নোৱাৰিঅন্ধকূপত সোমাল দম্পতী অন্ধকূপেই ৰোহঘৰৰোহঘৰ নিৰাপদ
বাহিৰলৈ গ’লেই যেনবেলিয়ে থুৱায় বতাহে কোবায়নেপথ্যৰ পৰা গুম্গুমাই আহে‘‘শুভকামত গ’লে বাঁজী তিৰোতা দেখিব নাপায়যাত্ৰা নষ্ট হয়’’‘‘সকামে-নিকামে মাতিব নালাগেনাখাটে’’চুলিক’লা এন্ধাৰত শেলবোৰ ঘূৰি ফুৰেবেৰত ঠেকা খাই বুকুত উপৰ্যুপৰি খোঁচ মাৰেনাৰিত্বত কালিমাপুৰুষত্বত কালিমাক’ত লুকাল ক’ত পলাল নামঘৰৰ ডাঙৰীয়া,ঈশ্বৰ, আল্লা ইত্যাদি ভগৱানমখাবেজ-কবিৰাজৰ মাহাত্ম্যবোৰ ভেঁকো-ভাওনা হৈ গ’লশূন্য হৈ ৰ’ল বিজ্ঞানৰ জয়-জয়কাৰ
দুৱাৰডলিত আবেলি বেলিৰ কৰুণ সুৰসুখ আহিব আহিব বুলি ক্ষণ গণি গণিভাগৰুৱা উশাহ!ফুলিব জানো অনুৰ্বৰ চোতালত শেৱালি কিম্বাহাছনাহানাএওঁলোক যে নহয় গকুলৰ নন্দ-যশোদা৷শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
