Written by sdblogs2011 4:44 am Poems

কবিতা

চিন্ময়

১. নিমগ্নতা

পোহৰ পৰি থকা পুখুৰীটোত 

ভেকুলীৰ টোৰটোৰণি 

এডাল সৰল ৰেখাই মোক

তলিলৈ নি আছে

২. ঢৌ

হালি পৰা বাঁহজোপাত কেইটিমান চৰাই

ঢৌ উঠি আছে

ৰঙা মাটিৰ তলত

ফোন : ৯৪৩৫৯০৩৫৪৭

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close